Sunday 7 December 2014

Bhupen Hazarika TEJORE KAMALAPOTI Borgeet by MADHABDEV

BORGEET BY MAHAPURUSH MADHABDEV 
SINGER BHUPEN HAZARIKA

দাম সুদামে ডাকে তেৰি লৈয়া নাম ৷

হেৰ দেখ উঠিয়া আসিল বলোৰাম ৷৷


নন্দ গেল বাথানে গোৱাল গেল পাল ৷

সুৰভী চাৰিতে লাগে উঠৰে গোপাল ৷৷


ক্ষীৰ লৱণু লৈয়ো শিঙা বেত বেণু ৷


সকালে মেলিয়ো বৎস হাম্বালাৱে ধেনু ৷৷


কহয় মাধৱ মাই কিনো তপসাইলা ৷

ত্ৰিজগত পতি হৰি ৰাখোৱাল পাইলা ৷৷


তেজৰে কমলাপতি পৰভাতে নিন্দ ৷

তেৰি চান্দ মুখ পেখো উঠৰে গোবিন্দ ৷৷

ৰজনী বিদূৰ দিশ ধৱলি বৰণ ৷

তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ ৷৷

শতপত্ৰ বিকশিত ভ্ৰমৰ উৰায় ৷

ব্ৰজবধু দধি মথে তুৱা গুণ গাই ৷৷






No comments:

Post a Comment