Sunday 7 December 2014

Bhupen Hazarika SHYAM KANU শ্যামকানু সত্যের মরণ নাই

Original assamese song is


শ্যামকানু সত্যৰ মৰণ নাই


শ্যামকানু সত্যৰ মৰণ নাই

সাধিলে হেৰোৱা বস্তু, হাততে যে পায়।


(ঐ ৰাম) স্ত্ৰীৰ বাবে স্বামীৰ চৰণ পূত পুণ্য ঠাই

মাতৃৰ বুকু ভৰে যেবে পুত্ৰই বোলে 'আই'।


( ঐ ৰাম ) বন্য জন্তু শান্ত নহয়, সংযম হেৰায়

মানুহ ৰূপে বন্য হʼলে শোভা যে নে পায়।



অগ্নিযুগৰ ফিৰিঙতি তই

গʼলিগৈ অগনি জ্বলাই

কালিৰ শিশুৰ বাবে তোৰেই আজিক

সঁপিলি শোণিত বোৱাই।

ভৱিষ্য পুৰুষৰ বিপ্লৱী মন

জোকাৰি জোকাৰি যায়

শোষণকাৰীৰ গুলি লথিয়াই

শ্বহীদ আজি আগুৱায়।


No comments:

Post a Comment